সোণাৰি: বন্যহস্তীৰ আক্ৰমণত শ্ৰমিক আহত হোৱাৰ ক্ষোভত সোণাৰিত বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ক্ষোভিত জনতাই
সোণাৰিত বন বিভাগৰ কাৰ্যালয় ঘেৰাও । হাতীয়ে শ্ৰমিকক গচকি আহত কৰাৰ প্ৰতিবাদত বন বিভাগৰ কাৰ্যালয় ঘেৰাও ক্ষোভিত জনতাৰ। সোণাৰিৰ সমীপৰ খেৰবাৰীত শুক্ৰবাৰে নিশা বনৰীয়া হাতীয়ে এজন দৰিদ্ৰ চাহ শ্ৰমিকক গছকি আহত কৰাৰ প্ৰতিবাদত আজি স্থানীয় গাঁওবাসীয়ে সোণাৰি আঞ্চলিক বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আহত শ্ৰমিক জনৰ নাম ৰাজীৱ মুণ্ডা।