সোণাৰি: জলজীৱন মিছনৰ নিৰ্মাণ কাৰ্যত বিসংগতিৰ সন্দৰ্ভত সোণাৰিত জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাৰ
চৰাইদেউ জিলাৰ মাহমৰাত জলজীৱন মিছনৰ নিৰ্মাণ কাৰ্যত বিসংগতিৰ অভিযোগ মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাৰ।এই সন্দৰ্ভত এক অভিযোগ উত্থাপন কৰি মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাই বৃহস্পতিবাৰে সোণাৰিত চৰাইদেউ জিলা আয়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে বিষয়টো সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী উত্থাপন কৰিছে।