Public App Logo
Profile Picture

Susanta Konwar

@susantakonwar
26198Followers
4Following
সোণাৰি: বৰুৱাবাৰী শিব মন্দিৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা।উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
সোণাৰি: বিজেপি যুৱ মৰ্চা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত টিয়ক চাহ বাগিচা বজাৰ প্ৰেক্ষাগৃহত জিলা ভিক্তিত বিজেপিৰ যুৱ মৰ্চাৰ সমাৰোহ
সোণাৰি: চৰাইদেউ  জিলাত সমাগত নিৰ্বাচন সন্দৰ্ভত গেছ চিলিণ্ডাৰ জৰিয়তে প্ৰচাৰ কাৰ্যসূচী সম্পন্ন চৰাইদেউ জিলা প্ৰশাসনৰ।
সোণাৰি: বৃহস্পতিবাৰে গোমধৰ কোঁৱৰ খেলপথাৰত লাকুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা  স্থাপন ।
সোণাৰি: চফ্ৰাই বাগিছা ঈদৰ মছজিদত সামুহীয়া নামাজ আদায়, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ অংশগ্ৰহণ
সোণাৰি: *সমগ্ৰ দেশৰ লগতে মথুৰাপুৰত ঈদৰ নামাজ সমাপন*
সোণাৰি: সাপেখাতী মণ্ডলৰ অন্তৰ্গত ২নং হাতী পুখুৰী  কোঁৱৰ গাঁৱত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা।উপস্থিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ।
সোণাৰি: পাটসাঁকো ৰাজহুৱা খেলপথাৰত বিজেপিৰ নিৰ্বাচনী সভা।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অংশগ্ৰহন
সোণাৰি: পাটসাঁকো ৰাজহুৱা খেলপথাৰত ১০ এপ্ৰিলত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা । মংগলবাৰে সভা প্ৰস্তুতিৰ বুজ ললে মন্ত্ৰী যোগেন মহনে
সোণাৰি: ভজো চাংমাই গাঁৱত অগপৰ উদ্যোগত অনুষ্ঠিত হয় নিৰ্বাচনী প্ৰচাৰ সভা, উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
সোণাৰি: মথুৰাপুৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা, সাংসদ তপন কুমাৰ গগৈৰ অংশগ্ৰহণ
সোণাৰি: পাটসাঁকো ৰাজহুৱা খেলপথাৰত অহা ১০ এপ্ৰিলত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা । সভা প্ৰস্তুতিৰ বুজ ললে মন্ত্ৰী যোগেন মহনে
সোণাৰি: অৰুণোদয় ফৰ্ম বিতৰণৰ নামত বিজেপিয়ে ৪২০ কাম কৰিছে বেঙেনাবাৰীত এই মন্তব্য কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ।
সোণাৰি: শণিবাৰে দুৱৰা গাঁৱত দুৱৰা গাঁও যুৱ সমাজৰ উদ্যোগত ভাওনা প্ৰদৰ্শন
সোণাৰি: সোণাৰিত জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টিৰ ৪৪ তম প্ৰতিষ্ঠা দিৱস, উপস্থিত থাকে ৰাজ্যিক সভাপতি ভৱেশ কলিতা
সোণাৰি: নাহৰহাবিত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ হেলিকপ্তাৰৰ যান্ত্ৰিক বিজুতি।
সোণাৰি: এঙেৰা আলিত ডাম্পাৰ দুৰ্ঘটনা, হতাহতা হোৱা নাই কোনো লোক
সোণাৰি: শুক্ৰবাৰে সোণাৰি বাছ আস্থানত বাছ চালক, স্থানীয় ব্যৱসায়ীৰ সৈতে মত-বিনিময় বিধায়ক অখিল গগৈৰ
সোণাৰি: লাকুৱা জামে মছজিদত ৰাজহুৱা ইফটাৰ, উপস্থিত থাকে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা
সোণাৰি: চৰাইদেউ জিলাত দুটাকৈ নতুন ৰাষ্ট্ৰীয় ঘাইপথ হʼব বুলি বৃহস্পতিবাৰে বেলেংবাৰীত ঘোষণা সাংসদ তপন গগৈৰ
সোণাৰি: নাফুক চাহ বাগিছাত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ
সোণাৰি: বুধবাৰে বেঙেনাবাৰী ৰাজহুৱা খেলপথাৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত, মন্ত্ৰী পীযুষ হাজৰীকাৰ অংশগ্ৰহণ
সোণাৰি: জজলী পাঁচআলিত যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী যোগেন মহনৰ
সোণাৰি: যিমান ভোটত জয়ী হৈছিলো তাতকৈ ৰেকৰ্ড সংখ্যক ভোটত গৌৰৱ গগৈক জিকাম, লাকুৱাত বিধায়ক অখিল গগৈৰ মন্তব্য
সোণাৰি: দেওবাৰে চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব উৎপল গগৈক ।