সোণাৰি: পাটসাঁকো ৰাজহুৱা খেলপথাৰত অহা ১০ এপ্ৰিলত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা । সভা প্ৰস্তুতিৰ বুজ ললে মন্ত্ৰী যোগেন মহনে
পাটসাঁকো ৰাজহুৱা খেলপথাৰত অহা ১০ এপ্ৰিলত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা । সভা প্ৰস্তুতিৰ বুজ ললে মন্ত্ৰী যোগেন মহনে চৰাইদেউৰ পাটসাঁকো ৰাজহুৱা খেলপথাৰত অহা ১০ এপ্ৰিলত বিজেপি মিত্ৰযুটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ এখনি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আজি সোমবাৰে সন্ধ্যা ৬ বজাত সভাৰ প্ৰস্তুতিৰ বুজ লবলৈ উপস্থিত হয় স্থানীয় বিধায়ক তথা ৰাজহ মন্ত্ৰী যোগেন মহন।