সোণাৰি: *সমগ্ৰ দেশৰ লগতে মথুৰাপুৰত ঈদৰ নামাজ সমাপন*
আজি ইচলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ । এই উপলক্ষে মথুৰাপুৰত সমূহীয়া ভাৱে ঈদৰ নামাজ সম্পন্ন কৰা হয় সম্পূৰ্ণ এমাহ ৰোজা অৰ্থাৎ উপবাসে থাকি আজি আনন্দ উল্লাসেৰে পালন কৰিছে ঈদ। আজি ঈদ উপলক্ষে চৰাইদেউ জিলাৰ বিভিন্ন জামাতে ঈদ পালন কৰাৰ লগতে মথুৰাপুৰ ৰাজহুৱা ঈদগাহ ময়দানত মথুৰাপুৰ আৰু মথুৰাপুৰ মাজগাওঁৰ জামাত একত্ৰিত হৈ