সোণাৰি: সোণাৰিত জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টিৰ ৪৪ তম প্ৰতিষ্ঠা দিৱস, উপস্থিত থাকে ৰাজ্যিক সভাপতি ভৱেশ কলিতা
শনিবাৰে ৯ বজাত চৰাইদেউ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিৰ ৪৪ তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ,চৰাইদেউ জিলাৰ সভাপতি লক্ষীনাথ তাচাকে আদি গণ্য-মান্য ব্যক্তিসকল ।