সোণাৰি: অৰুণোদয় ফৰ্ম বিতৰণৰ নামত বিজেপিয়ে ৪২০ কাম কৰিছে বেঙেনাবাৰীত এই মন্তব্য কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ।
অৰুণোদয় ফৰ্ম বিতৰণৰ নামত বিজেপিয়ে ৪২০ কাম কৰিছে বেঙেনাবাৰীত এই মন্তব্য কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ। ভুৱা অৰুণোদয় ফৰ্ম বিতৰণৰ নামত বিজেপিয়ে ৪২০ কাম কৰিছে। কোনোবাই কেছ দিলে বিজেপি কৰ্মী সকল বিপদত পৰিব। নিজৰ কৰ্মী সকলক বিপদত নেপেলাবলৈ সোমবাৰে ১০ বজাত বেঙেনাবাৰীত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি আহ্বান গৌৰৱ গগৈৰ। 'কা'ৰ বিৰুদ্ধে কংগ্ৰেছৰ স্থিতি একেই আছে বুলি মন্তব্য কৰে ।