সোণাৰি: পাটসাঁকো ৰাজহুৱা খেলপথাৰত ১০ এপ্ৰিলত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা । মংগলবাৰে সভা প্ৰস্তুতিৰ বুজ ললে মন্ত্ৰী যোগেন মহনে
অহা কাইলৈ ১০ এপ্ৰিল, দিনৰ ৯.০০ বজাত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৰহাট লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ পাটসাঁকো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব ।।