সোণাৰি: বৃহস্পতিবাৰে গোমধৰ কোঁৱৰ খেলপথাৰত লাকুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন ।
লাকুৱাবাসী ৰাইজৰ উদ্যোগত ২৭ আৰু ২৮ এপ্ৰিলত দুদিনীয়াকৈ লাকুৱা গোমধৰ কোঁৱৰ খেলপথাৰত অৱস্থিত লাকুৱা কেন্দ্ৰীয় বিহুতলীত লাকুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আয়োজন কৰা হৈছে। বিহু সন্মিলনৰ উদ্যোক্তাৰ উপস্থিতিত আজি বৃহস্পতিবাৰে দিনৰ ১১ বজাত মলুঙ উমা মহনৰ দ্বাৰা লাই খুঁটা স্থাপন কৰা হয় ।