সোণাৰি: বৰুৱাবাৰী শিব মন্দিৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা।উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
আজি শুক্ৰবাৰে ২ বজাত সাপেখাতী মণ্ডলৰ অন্তৰ্গত বৰুৱা বাৰী শিব মন্দিৰত অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা। উক্ত সভাত সোণাৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং, সাপেখাতী মণ্ডলৰ সভাপতি জয়ন্ত বৰুৱা , তাই আহোম উন্নয়ন প