সোণাৰি: সাপেখাতী মণ্ডলৰ অন্তৰ্গত ২নং হাতী পুখুৰী কোঁৱৰ গাঁৱত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা।উপস্থিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ।
আজি বুধবাৰে দিনৰ ১২ বজাত সাপেখাতী মণ্ডলৰ অন্তৰ্গত ২নং হাতী পুখুৰী কোঁৱৰ গাঁৱত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ আয়োজন কৰা হয় । সোণাৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সাপেখাতী মণ্ডলৰ সভাপতি জয়ন্ত বৰুৱা উপস্থিতত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ।