Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Educationforall
Worldwaterday
Chaitranavratri
Railsafety
Bipinrawat
Cds
Smartrailyatri
Indianrailway
No video available

সোণাৰি: শণিবাৰে দুৱৰা গাঁৱত দুৱৰা গাঁও যুৱ সমাজৰ উদ্যোগত ভাওনা প্ৰদৰ্শন

Sonari, Charaideo | Apr 6, 2024
আজি শণিবাৰে চৰাইদেউৰ টেঙাপুখুৰী দুৱৰা গাঁৱত দুৱৰা গাঁও যুৱ সমাজৰ উদ্যোগত আয়োজন কৰা হৈছে ভাওনা । দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানত পুৱা ৭ বজাত ধৰ্মধজ্জা উত্তোলন, ৭.৩০ বৃক্ষ ৰোপন, সন্ধ্যা ৫ বজাত বন্তি প্ৰজ্বলন, ৬ বজাত শৰাই অৰ্পন , ৭ বজাত সম্বৰ্ধনা অনুষ্ঠান আৰু ৯ বজাত মৎস্য অৱতাৰ চাৰি বেদ উদ্ধাৰ নাটৰ উদ্বোধন কৰা হয় । স্থানীয় শিল্পীৰ দ্বাৰা ভাও প্ৰদৰ্শন কৰা হব ।

MORE NEWS