সোণাৰি: দেওবাৰে চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব উৎপল গগৈক ।
দেওবাৰে চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব উৎপল গগৈক । চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ পুত্ৰ অনুজ বৰকটকী কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে । ইয়াৰ পাছত উৎপল গগৈক চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি হিচাবে দলে দায়িত্ব প্ৰদান কৰিছে ।