সোণাৰি: পাটসাঁকো ৰাজহুৱা খেলপথাৰত বিজেপিৰ নিৰ্বাচনী সভা।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অংশগ্ৰহন
আজি বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিমৌ আৰু মাহমৰা বিধানসভা সমষ্টিত তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। দুয়োটা সমষ্টিৰ মধ্যস্থল চৰাইদেউ জিলাৰ পাটসাঁকো ৰাজহুৱা খেলপথাৰত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহন কৰিব। ১১ বাজি ৫০ মিনিটৰত হেলিকপ্টাৰ পাটসাঁকো মহাবিদ্যালয়ৰ খেলপথাৰত অৱতৰণ কৰি জনসভাত ৰাইজক সম্বোধন কৰাৰ বাবে পাটসাঁকো ৰাজহুৱা খেলপথাৰলৈ