Public App Logo
Profile Picture

খবৰ মৰিগাঁও

@hellobjb
6644Followers
2Following
মৰিগাঁও: আঁহতগুৰি আঞ্চলিক শ্ৰীশ্ৰীমন্ত শংকৰগুৰু কীৰ্তনঘৰত অনুষ্ঠিত শংকৰ উৎসৱত উপস্থিত মন্ত্ৰী পিযুষ হাজৰিকা
মৰিগাঁও: মৰিগাঁও জিলা প্ৰশাসনৰ তৎপৰতাত মালপুতা বিসৰ্জন ঘাটত সফল ভাৱে সামৰণি পৰিল দুৰ্গা পূজাৰ দেৱী বিসৰ্জন
মৰিগাঁও: মৰিগাঁও আৰক্ষীৰ বিশেষ বাহিনীয়ে সৰু চকাবাহাৰ পৰা ড্ৰাগছ সহ কৰায়ত্ত কৰিছে এটা সৰ্বৰাহকাৰী
মৰিগাঁও: পূজাৰ আনন্দৰ মাজতে মৰিগাঁও চহৰত চুৰিকাঘাটৰ ঘটনা, বন্ধুৱে চুৰিৰে আক্ৰমন কৰিলে বন্ধুক
মৰিগাঁও: দন্দুৱাত পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰিল এখন ই ৰিক্সা, আহত চালক জনক উদ্ধাৰ কৰিলে স্থানীয় ৰাইজে
মৰিগাঁও: পূজাৰ আনন্দৰ মাজতে মৰিগাঁও চহৰৰ মাজ মজিয়াৰ পৰা চুৰি হল এখন মটৰ চাইকেল
মৰিগাঁও: গুৰুজনাৰ জন্মস্থান পাটেকিবৰী আলীপুখুৰীত  জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনালে প্ৰদেশ কংগ্ৰেছৰ সম্পাদকে
মৰিগাঁও: জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ উপলক্ষে জাগীৰোড ব্লক কংগ্ৰেছৰ কাৰ্য্যালয়ত শিল্পী জনৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসঙ্গ
মৰিগাঁও: ঘগুৱাৰ মা ভগৱতী থানত তিনিদিনীয়াকৈ অনুস্থিত কৰা হোম-যজ্ঞ মহোৎসৱত উপস্থিত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য
মৰিগাঁও: মই গৈ আছোঁ বুলি শ্যামকানু মহন্তই কৰা ফেচবুক প'ষ্টৰ সন্ধৰ্ভত মৰিগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ সভাপতি উৎপল শৰ্মাই
মৰিগাঁও: দীঘলবড়িৰ সদ্য প্ৰয়াত তিনিজন ব্যক্তিৰ গৃহত উপস্থিত হৈ পৰিয়ালবৰ্গ সমবেদনা জ্ঞাপন কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে
মৰিগাঁও: চৰাইবাহি নাথ মন্দিৰ খেলপথাৰত অনুষ্ঠিত সদৌ অসম ভিত্তিত ক্ৰিকেট প্ৰতিযোগিতা খনৰ শুভাৰম্ভণি কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে
মৰিগাঁও: লাহৰীঘাটৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই কুখ্যাত ছাইবাৰ অপৰাধী
মৰিগাঁও: জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বিস্ফোৰক মন্তব্য কৰা ইউটিউবাৰ লাবুমনি আমচংক মৰিগাঁও সদৰ থানালৈ তলব কৰিছে আৰক্ষীয়ে
মৰিগাঁও: দুৰ্গা পূজাৰ বাবে ২৯ ছেপ্টেম্বৰ পৰা ২ অক্টোবৰলৈ মৰিগাঁও পৌৰসভা এলেকাত গধুৰ যান বাহনৰ চলাচল নিষিদ্ধ কৰিলে জিলা প্ৰশাসনে
মৰিগাঁও: লাহৰীঘাটত অবৈধ বিলাতি সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা
মৰিগাঁও: বৰচিলাৰ কনপাই বৰদলৈ মহাবিদ্যালয়ৰ নৱাগত অধৰণী সভাত উপস্থিত সাংসদ প্ৰদ্যুৎ বৰদলৈ
মৰিগাঁও: তিৱা স্বায়ত্ব পৰিষদৰ পুঁজিৰে নিৰ্মাণ সম্পন্ন হোৱা পাৰজাৰি শিৱ মন্দিৰৰ শুভ উদ্বোধন কৰিলে TAC ৰ CEM জীৱন চন্দ্ৰ কোঁৱৰে
মৰিগাঁও: এগৰাকী মানসিক ভাৱে বিকাৰগ্ৰস্ত কিশোৰী অপকৰ্ম কৰিবলৈ চেষ্টা কৰা এজন ই ৰিক্সা চালক কৰায়ত্ত কৰিলে সাতগাঁও ৰাইজে
মৰিগাঁও: পণ্ডিত দীনদয়াল উপাধ্যায় জন্মদিন উপলক্ষে জিলা বিজেপিৰ কাৰ্য্যালয়ত “আত্মনিৰ্ভৰ ভাৰত আৰু স্বদেশী” শীৰ্ষক আলোচনাচক্র
মৰিগাঁও: জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত কৰি ৩০ খন পূজা সমিতিক চেক প্ৰদান কৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে
মৰিগাঁও: অসম দৰ্শন আঁচনিৰ দ্বাৰা নিৰ্মাণ হবলগীয়া পুৰণিবড়ী নামঘৰৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে
মৰিগাঁও: জুবিন গাৰ্গক সোঁৱৰণ কৰি পাতিদয়াত অনুষ্ঠিত ফুটবল খেল খনত উপস্থিত বিধায়ক ৰমাকান্ত দেউৰী,শিল্প জনৰ স্মৃতিত ৰূপন কৰিলে নাহৰ
মৰিগাঁও: মৰিগাঁও আৰক্ষীৰ বিশেষ বাহিনীয়ে বৰচাপৰিৰ পৰা ৩৫ তা ড্ৰাগছ ভৰ্তি কন্টেনাৰ সহ কৰায়ত্ত কৰিছে দুই পতি পত্নী
মৰিগাঁও: বৰছলাত আৰক্ষীয়ে অভিযান চলাই ৩৯টা চোৰাংকৈ সৰ্বৰাহ কৰা গৰু জব্দ কৰাৰ লগতে আটক কৰিছে তিনিজন