Public App Logo
Jansamasya
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Indore
Nda
School
Politics

মৰিগাঁও: দুৰ্গা পূজাৰ বাবে ২৯ ছেপ্টেম্বৰ পৰা ২ অক্টোবৰলৈ মৰিগাঁও পৌৰসভা এলেকাত গধুৰ যান বাহনৰ চলাচল নিষিদ্ধ কৰিলে জিলা প্ৰশাসনে

Marigaon, Morigaon | Sep 27, 2025
মৰিগাঁও জিলা প্ৰশাসনে জনাই যে, যোৱা ইং ২৫/৯/২০২৫ তাৰিখে জিলা আযুক্ত কার্যালয় সভাকক্ষত আগন্তুক দূর্গা পূজা উদ্যাপন সন্দর্ভত অনুষ্ঠিত হোৱা 'পথ সুৰক্ষা সমিতি'ৰ বৈঠকৰ সিদ্ধান্তমর্মে দূর্গা পূজাৰ সময়ত হ'ব পৰা যান-জটৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি অহা ইং ২৯/৯/২০২৫ তাৰিখৰ পৰা ২/১০/২০২৫ তাৰিখলৈকে মৰিগাঁও পৌৰ এলেকাৰ ভিতৰত গধুৰ যান-বাহন (দিবা-নৈশ বাছ, ট্রাক, ডাম্পাৰ) আদি চলাচলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সকলো পূজা মণ্ডপত চি.চি. টিভিৰ লগতে ডি.ভি.আৰ ব্যৱহাৰ কৰাটো অপৰিহাৰ্য হ'ব।