মৰিগাঁও: মৰিগাঁও আৰক্ষীৰ বিশেষ বাহিনীয়ে সৰু চকাবাহাৰ পৰা ড্ৰাগছ সহ কৰায়ত্ত কৰিছে এটা সৰ্বৰাহকাৰী
মৰিগাঁও আৰক্ষীৰ বিশেষ বাহিনীয়ে জালোগুটি আৰক্ষীৰ সহযোগত য়ে সৰু চকাবাহাৰ পৰা ড্ৰাগছ সহ কৰায়ত্ত কৰিছে এটা সৰ্বৰাহকাৰী। আৰক্ষীয়ে কৰায়ত্ত কৰা ড্ৰাগছ সৰ্বৰাহকাৰীটো হৈছে চৰিফুল আলী। চৰিফুলৰ পৰা আৰক্ষীয়ে ৯ টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰ, ৩ তা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়। মৰিগাঁও আৰক্ষীৰ বিশেষ বাহিনীয়ে কৰায়ত্ত কৰি ড্ৰাগছ সহ সৰ্বৰাহকাৰীটো জালোগুটি আৰক্ষীৰ গতাই দিছে।