Public App Logo
Jansamasya
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Indore
Nda
School
Politics

মৰিগাঁও: পণ্ডিত দীনদয়াল উপাধ্যায় জন্মদিন উপলক্ষে জিলা বিজেপিৰ কাৰ্য্যালয়ত “আত্মনিৰ্ভৰ ভাৰত আৰু স্বদেশী” শীৰ্ষক আলোচনাচক্র

Marigaon, Morigaon | Sep 25, 2025
ভাৰতীয় জনতা পাৰ্টি মৰিগাঁও জিলা কাৰ্যালয়ত পণ্ডিত দীনদয়াল উপাধ্যায় জন্মদিন উপলক্ষে “আত্মনিৰ্ভৰ ভাৰত আৰু স্বদেশী” শীৰ্ষক আলোচনাচক্র খন অনুষ্ঠিত কৰা হয়। বিধায়ক ৰমাকান্ত দেউৰীয়ে অংশ্ৰহন কৰা আলোচনাচক্র খনত বিজেপি মৰিগাঁও জিলা প্রভাৰী প্ৰণৱ জ্যোতি লহকৰ, জিলা সভাপতি ৰাম প্ৰসাদ সৰকাৰ, জিলা সাধাৰন সম্পাদকদ্বয় নিৰ্মল কোঁৱৰ আৰু জিতুমণি পাঠকৰ লগতে জিলা বিষয়ববীয়া সকল, মণ্ডল সভাপতি সকল আৰু দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে।