Public App Logo
Jansamasya
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Indore
Nda
School
Politics

মৰিগাঁও: লাহৰীঘাটৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই কুখ্যাত ছাইবাৰ অপৰাধী

Marigaon, Morigaon | Sep 28, 2025
ধৃত ছাইবাৰ অপৰাধী দুটা ক্ৰমে ছাহিনুৰ আৰু হাবিবুল্লাহ। লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষক দিগন্ত বৰুৱাৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ দুই পলাতক ছাইবাৰ অপৰাধী। ধৃত ছাহিনুৰ আৰু হাবিবুল্লাহৰ বিৰুদ্ধে লাহৰীঘাট আৰু মৈৰাবাৰী আৰক্ষী থানাত পৃথকে পৃথকে গোচৰ ৰুজু হৈ আছিল। দীৰ্ঘদিনৰ পৰা দুয়োয়ে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা প্ৰৱঞ্চনাৰে সৰকাইছিল লাখ লাখ টকা। সম্প্ৰতি লাহৰীঘাট আৰক্ষীয়ে দুয়োকে সোধ পোছ অব্যাহত ৰাখিছে।
মৰিগাঁও: লাহৰীঘাটৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই কুখ্যাত ছাইবাৰ অপৰাধী - Marigaon News