মৰিগাঁও: মৰিগাঁও আৰক্ষীৰ বিশেষ বাহিনীয়ে বৰচাপৰিৰ পৰা ৩৫ তা ড্ৰাগছ ভৰ্তি কন্টেনাৰ সহ কৰায়ত্ত কৰিছে দুই পতি পত্নী
মৰিগাঁও আৰক্ষীৰ বিশেষ বাহিনীয়ে ভেলৌগুৰি আৰক্ষীৰ সহযোগত বৰচাপৰিৰ পৰা দুই ড্ৰাগছ সৰ্বৰাহকাৰি পতি পত্নীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে কৰায়ত্ত কৰা দুই পতি পত্নী হৈছে ইফটিকাৰ আলম আৰু ৰেবিনা খাতুন। দুয়োৰে পৰা আৰক্ষীয়ে ৩৫ তা ড্ৰাগছ ভৰ্তি কণ্টেনাৰত ৪৭গ্রাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।