Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana

মৰিগাঁও: বৰছলাত আৰক্ষীয়ে অভিযান চলাই ৩৯টা চোৰাংকৈ সৰ্বৰাহ কৰা গৰু জব্দ কৰাৰ লগতে আটক কৰিছে তিনিজন

Marigaon, Morigaon | Sep 24, 2025
বৰচলাত অভিযান চলাই আৰক্ষীয়ে ৩৯ টাকৈ গৰু সহ তিনিজনক আটক কৰিবলৈ সক্ষম হয়। AS 01TC 3608 নম্বৰ ট্ৰাক খনত ৩৯ টাকৈ গৰু কঢ়িয়াই অনাৰ অৱস্থাত আৰক্ষীয়ে ট্ৰাক খনৰ চালক মজিবুৰ ৰহমান আৰু সহায়ক আবুল হুছেইন, কৰম আলি সহ ট্ৰাক খন জব্দ কৰে। আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি গৰু কেইটা মৰিগাঁও জিলাৰ ব্ৰহ্মপুত্ৰ কাষৰীয়া অঞ্চলৰ পৰা চোৰাং ভাৱে কঢ়িয়াই আনিছে। বৰ্তমান আৰক্ষীয়ে গৰু কেইটা উদ্ধাৰ কৰি গাড়ীখন জব্দ কৰাৰ লগতে ধৃত লোক কেইজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।