Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh

মৰিগাঁও: চৰাইবাহি নাথ মন্দিৰ খেলপথাৰত অনুষ্ঠিত সদৌ অসম ভিত্তিত ক্ৰিকেট প্ৰতিযোগিতা খনৰ শুভাৰম্ভণি কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে

Marigaon, Morigaon | Sep 28, 2025
পেংগুইন ক্লাব চৰাইবাহীৰ উদ্যোগত চৰাইবাহী নাথ মন্দিৰ খেলপথাৰত আয়োজিত সদৌ অসম ভিত্তিক ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ চূড়ান্ত খেলখনি শুভাৰম্ভ কৰি উপস্থিত ৰাইজৰ সৈতে একেলগে খেল উপভোগ কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। খেলখনত উপস্থিত হৈ বিধায়ক জনে আমাৰ সকলোৰে মৰমৰ শিল্পী, সংগীতৰ সম্ৰাট প্ৰয়াত জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত এক মিনিট মৌন প্ৰাৰ্থনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম ভিত্তিত অনুষ্ঠিত খেলখনত অসমৰ বহুকেইটা ক্ৰিকেট দলে অংশগ্ৰহণ কৰে।