Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh

মৰিগাঁও: অসম দৰ্শন আঁচনিৰ দ্বাৰা নিৰ্মাণ হবলগীয়া পুৰণিবড়ী নামঘৰৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে

Marigaon, Morigaon | Sep 25, 2025
মৰিগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত দন্দুৱা পুৰণিবৰী নামঘৰটো আজি আধাৰশিলা স্থাপন কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে। নামঘৰটো নিৰ্মাণৰ বাবে অসম দৰ্শন আঁচনিৰ অধীনত ৩ লাখ টকা প্ৰদান কৰিছে বিধায়ক জনে।