Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh

মৰিগাঁও: জুবিন গাৰ্গক সোঁৱৰণ কৰি পাতিদয়াত অনুষ্ঠিত ফুটবল খেল খনত উপস্থিত বিধায়ক ৰমাকান্ত দেউৰী,শিল্প জনৰ স্মৃতিত ৰূপন কৰিলে নাহৰ

Marigaon, Morigaon | Sep 24, 2025
জুবিন গাৰ্গক সোঁৱৰণ কৰি আজি পাতিদয়া গাঁৱত এক বিশেষ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। পাতিদয়া ফুটবল দল আৰু কুশতলি ফুটবল দলৰ মাজত অনুষ্ঠিত এই খেলখনত উপস্থিত থাকে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰী। খেলখন আৰম্ভ হোৱাৰ পূৰ্বে নিৰৱতাৰে জুবিন গাৰ্গ আত্মাৰ সদগতিৰ বাবে সকলোৱে প্ৰাৰ্থনা জনাই আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে শিল্পী জনৰ স্মৃতিত "নাহৰ" পুলি ৰোপণ কৰা হয়। আজিৰ খেল খনত বিধায়ক জনৰ সৈতে উপস্থিত থাকে বিজেপিৰ জিলা সভাপতি ৰাম প্ৰসাদ সৰকাৰ, সাধাৰণ সম্পাদকদ্বয় নিৰ্মল কোঁ
মৰিগাঁও: জুবিন গাৰ্গক সোঁৱৰণ কৰি পাতিদয়াত অনুষ্ঠিত ফুটবল খেল খনত উপস্থিত বিধায়ক ৰমাকান্ত দেউৰী,শিল্প জনৰ স্মৃতিত ৰূপন কৰিলে নাহৰ - Marigaon News