Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh

মৰিগাঁও: আঁহতগুৰি আঞ্চলিক শ্ৰীশ্ৰীমন্ত শংকৰগুৰু কীৰ্তনঘৰত অনুষ্ঠিত শংকৰ উৎসৱত উপস্থিত মন্ত্ৰী পিযুষ হাজৰিকা

Marigaon, Morigaon | Oct 2, 2025
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ আৱিৰ্ভাব তিথি শংকৰ উৎসৱ। সমগ্ৰ ৰাজ্যৰ লগতে আঁহতগুৰি আঞ্চলিক শ্ৰীশ্ৰীমন্ত শংকৰগুৰু কীৰ্তনঘৰ আৰু নাটঘৰত শংকৰ উৎসৱ অনুষ্ঠিত কৰা হয়। আজি অনুষ্ঠিত এই শংকৰ উৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই। মন্ত্ৰীজনে শংকৰ উৎসৱৰ কাৰ্যসূচীত উপস্থিত হৈ ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ সৈতে মত বিনিময় কৰে।