Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana

মৰিগাঁও: জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বিস্ফোৰক মন্তব্য কৰা ইউটিউবাৰ লাবুমনি আমচংক মৰিগাঁও সদৰ থানালৈ তলব কৰিছে আৰক্ষীয়ে

Marigaon, Morigaon | Sep 27, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি কেতবোৰ বিস্ফোৰম মন্তব্য কৰিছিল ইউটিউবাৰ লাবুমনি আমছঙে। লাবুমনিয়ে কৰা মন্তব্যৰ বিৰুদ্ধে মৰিগাঁও সদৰ থানাত চৰকাৰে ২৩৯/২৫ নম্বৰ এটা গোচৰ ৰুজো কৰে। এই গোচৰৰ তদন্ত বাবে ইউটিউবাৰ জনক আৰক্ষীয়ে মৰিগাঁও সদৰ থানালৈ তলব কৰে।
মৰিগাঁও: জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বিস্ফোৰক মন্তব্য কৰা ইউটিউবাৰ লাবুমনি আমচংক মৰিগাঁও সদৰ থানালৈ তলব কৰিছে আৰক্ষীয়ে - Marigaon News