Public App Logo
Jansamasya
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Indore
Nda
School
Politics

মৰিগাঁও: জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ উপলক্ষে জাগীৰোড ব্লক কংগ্ৰেছৰ কাৰ্য্যালয়ত শিল্পী জনৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসঙ্গ

Marigaon, Morigaon | Sep 29, 2025
আজি জুবিন গাৰ্গৰ কাহিলীপাৰা স্থিত বাস গৃহৰ লগতে সমগ্ৰ অসমতে সুভাকাংশি সকলে অনুষ্ঠিত কৰি হিয়াৰ আমাঠো জনৰ আদ্য শ্ৰাদ্ধ। ৰাজ্য বাসীৰ সমান্তৰালকৈ জাগীৰোড ব্লক কংগ্ৰেছৰ কমিটীৰ কাৰ্যালয়টো অনুষ্ঠিত কৰা হয় শিল্পী জনে আদ্য শ্ৰাদ্ধ। প্ৰিয় শিল্পী জনৰ আত্মাৰ সদ গতিৰ বাবে অনুষ্ঠিত কৰা আদ্য শ্ৰাদ্ধত অৰ্ধ শতাধিক আই মাতৃয়ে নাম প্ৰসঙ্গ কৰে।