Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh

মৰিগাঁও: দন্দুৱাত পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰিল এখন ই ৰিক্সা, আহত চালক জনক উদ্ধাৰ কৰিলে স্থানীয় ৰাইজে

Marigaon, Morigaon | Oct 1, 2025
মৰিগাঁও দন্দুৱাত সংঘটিত হয় এটা পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত খুমাই পৰে এখন ই ৰিক্সা। ই ৰিক্সা চালক জনক ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।