Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana

মৰিগাঁও: দীঘলবড়িৰ সদ্য প্ৰয়াত তিনিজন ব্যক্তিৰ গৃহত উপস্থিত হৈ পৰিয়ালবৰ্গ সমবেদনা জ্ঞাপন কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে

Marigaon, Morigaon | Sep 28, 2025
কিছুদিন পূৰ্বে দীঘলবড়ি গাঁও পঞ্চায়তৰ অন্তৰ্গত অৱসৰপ্ৰাপ্ত শিক্ষক স্বৰ্গধৰ বৰদলৈ, দিম্বেশ্বৰ বৰদলৈ আৰু দেৱেশ্বৰ মেধি ডাঙৰীয়াৰ দেহাৱসান হৈছিল। সদ্য প্ৰয়াত ব্যক্তি কেইজনৰ গৃহত আজি উপস্থিত হয় মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী। বিধায়ক জন উপস্থিত হৈ তিনিওজন ব্যক্তিৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা আত্মীয়-স্বজনলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে।