Public App Logo
Jansamasya
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Indore
Nda
School
Politics

মৰিগাঁও: লাহৰীঘাটত অবৈধ বিলাতি সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা

Marigaon, Morigaon | Sep 27, 2025
লাহৰীঘাটৰ তিনি ঠাইত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। লাহৰীঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটি দলে লাহৰীঘাট বজাৰ আৰু ইয়াৰ আশে পাশে অভিযান চলাই অবৈধ বিলাতী সুৰা জব্দ কৰে। আৰক্ষীয়ে ক্ৰমে বিষ্ণু মণ্ডল, গোবিন্দ মণ্ডল আৰু লাহৰীঘাট বজাৰৰ মাজ মজিয়াত থকা শ্বাহ জাহান আলীৰ দোকানত অভিযান চলায়। অভিযানৰ সময়ত অবৈধ সুৰা ব্যৱসায়ী শ্বাহ জাহান আলীক আটক কৰে যদিও আন দুজন পলায়ন কৰে।
মৰিগাঁও: লাহৰীঘাটত অবৈধ বিলাতি সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা - Marigaon News