Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana

মৰিগাঁও: মৰিগাঁও জিলা প্ৰশাসনৰ তৎপৰতাত মালপুতা বিসৰ্জন ঘাটত সফল ভাৱে সামৰণি পৰিল দুৰ্গা পূজাৰ দেৱী বিসৰ্জন

Marigaon, Morigaon | Oct 2, 2025
আজি বিজয়া দশমী, ষষ্ঠী বেল বৰণৰ পৰা আৰম্ভ কৰি অনুষ্ঠিত হোৱা দুৰ্গা পুঁজা আজি সফল ভাৱে সামৰণি পৰে। দিনৰ ভাগত সেন্দুৰ খেলি বিসৰ্জন বাবে দেৱীৰ প্ৰতিমা উলিয়াই নিয়ে ভক্ত সকলে। মৰিগাঁও জিলা প্ৰশাসনে ব্যৱস্থা কৰা মালপুতা বিসৰ্জন ঘাটত দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়ে ভক্ত গণে। জিলা প্ৰশাসনৰ তৎপৰতাত মৰিগাঁও পৌৰ সভাই ব্যৱস্থা কৰা মালপুতা বিসৰ্জন ঘাটত মৰিগাঁও নগৰত অনুষ্ঠিত হোৱা ১০ খন পূজা সমিতিয়ে প্ৰতিমা বিসৰ্জন দিয়ে।