Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh

মৰিগাঁও: এগৰাকী মানসিক ভাৱে বিকাৰগ্ৰস্ত কিশোৰী অপকৰ্ম কৰিবলৈ চেষ্টা কৰা এজন ই ৰিক্সা চালক কৰায়ত্ত কৰিলে সাতগাঁও ৰাইজে

Marigaon, Morigaon | Sep 26, 2025
সাতগাঁও ৰাইজে এখন ই ৰিক্সাত এগৰাকী কিশোৰী লৈ সন্দেহজনক ভাৱে ঘূৰি থকা এজন ব্যক্তিক কৰায়ত্ত কৰে। ৰাইজে সন্দেহ কৰা অনুসৰি এগৰাকী অচিনাক্ত মানসিক ভাৱে বিকাৰগ্ৰষ্ট কিশোৰী লৈ অপকৰ্ম কৰাৰ চেষ্টা কৰিছিল ই ৰিক্সা চালক জনে।
মৰিগাঁও: এগৰাকী মানসিক ভাৱে বিকাৰগ্ৰস্ত কিশোৰী অপকৰ্ম কৰিবলৈ চেষ্টা কৰা এজন ই ৰিক্সা চালক কৰায়ত্ত কৰিলে সাতগাঁও ৰাইজে - Marigaon News