Public App Logo
Jansamasya
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Indore
Nda
School
Politics

মৰিগাঁও: পূজাৰ আনন্দৰ মাজতে মৰিগাঁও চহৰত চুৰিকাঘাটৰ ঘটনা, বন্ধুৱে চুৰিৰে আক্ৰমন কৰিলে বন্ধুক

Marigaon, Morigaon | Oct 1, 2025
মৰিগাঁও চহৰৰ গেলেক্সি বাৰৰ সমীপত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা। এজন বন্ধুৱে চুৰিৰে আক্ৰমন কৰে অন্য এজন বন্ধুক। ৰিছান ফেৰ্ডছ নামৰ দলবাৰীৰ যুৱক জনক এজন বন্ধুৱে চুৰিৰে আক্ৰমন কৰাৰ পিছতে একেলগে থকা অন্য কেইবাজনো বন্ধুৱে ৰিচানক চিকিৎসালয়ত ভৰ্তি কৰায়।