Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh

মৰিগাঁও: মই গৈ আছোঁ বুলি শ্যামকানু মহন্তই কৰা ফেচবুক প'ষ্টৰ সন্ধৰ্ভত মৰিগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ সভাপতি উৎপল শৰ্মাই

Marigaon, Morigaon | Sep 29, 2025
জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ উপলক্ষে মৰিগাঁৱত বন্তি প্ৰজ্বলন কৰি উৎপল শৰ্মাই কয় শ্যামকানু মহন্ত VVIP নেকি, ফেচবুকত লিখি দিছে "মই গৈ আছোঁ"। শ্যামকানু, সিদ্ধাৰ্থ আৰু ছিংগাৰপুৰ অসম এচ’ছিয়েছন কেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰক৷ অসম আৰক্ষীয়ে এই অপৰাধী কেইজনক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই৷ খবৰ আহিছে শ্যামকানু মহন্তক ছিংগাৰপুৰত গ্ৰেপ্তাৰ হৈছে। আনহাতে এই শ্যামকানু মহন্তই ফেচবুক পোষ্ট দি কৈছে মই গৈ আছো। অসম আৰক্ষী চাইবাৰ চেল ইমান দুৰ্বল নে বুলি মৰিগাঁৱত প্ৰশ্ন কৰে আছুৰ সভাপতি জনে।
মৰিগাঁও: মই গৈ আছোঁ বুলি শ্যামকানু মহন্তই কৰা ফেচবুক প'ষ্টৰ সন্ধৰ্ভত মৰিগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ সভাপতি উৎপল শৰ্মাই - Marigaon News