মৰিগাঁও: গুৰুজনাৰ জন্মস্থান পাটেকিবৰী আলীপুখুৰীত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনালে প্ৰদেশ কংগ্ৰেছৰ সম্পাদকে
আজি দিনৰ ভাগত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জন্ম স্থানত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছে সম্পাদক ইমদাদ হুছেইন। ইমদাদ হুছেইনে জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰে।