Public App Logo
Jansamasya
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Indore
Nda
School
Politics

মৰিগাঁও: ঘগুৱাৰ মা ভগৱতী থানত তিনিদিনীয়াকৈ অনুস্থিত কৰা হোম-যজ্ঞ মহোৎসৱত উপস্থিত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য

Marigaon, Morigaon | Sep 29, 2025
জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘগুৱাৰ শ্ৰীশ্ৰী মা ভগৱতী থানত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে হোম-যজ্ঞ মহোৎসৱ। এই অনুষ্ঠানত আজি উপস্থিত হৈ মা ভগৱতীৰ শ্ৰীচৰণত সেৱা জনাই আশিস গ্ৰহণ কৰে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। হোম-যজ্ঞ মহোৎসৱৰ আজি অন্তিমটো দিনত জীৱন চন্দ্ৰ কোঁৱৰ আৰু ভক্তপ্ৰাণ ৰাইজৰ লগত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকা, ভাৰতীয় জনতা পাৰ্টিৰ জাগী-ভকত গাঁও মণ্ডলৰ সভানেত্ৰী মল্লিকা বৰদলৈ।