Public App Logo
Profile Picture

Shofiqul Hassan

@shofiqulhassan
49651Followers
3Following
🔴 কলগাছিয়াত ঋণ লৈ ধান খেতি কৰি বিপদত কৃষক।

🔴 বজাৰত ধানৰ উচিত মূল্য নাপায় হাহাকাৰ কৰিব লগীয়া হৈছে সাধাৰণ কৃষক।
বাঘবৰ: বাঘবৰৰ বিধায়কৰ ভতিজাকে ফেচবুকত আপʼৰ ৰাজ্যিক কমিটিৰ সমন্বয়ক শফি কামালক অশালীন গালি দিয়াত কলগাছিয়া থানাত এজাহাৰ দাখিল
কলগাছিয়া: আমতলা গাঁৱত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, গৰুৰ ৰছীৰে বান্ধি ৰাখিলে বাইক আৰোহীক
বাঘবৰ: জনতা বেকী ভেলী জুনিয়ৰ কলেজত অনুষ্ঠিত হʼবলগীয়া কংগ্ৰেছৰ বৃহৎ জনসভা সন্দৰ্ভত জনতাত উপস্থিত বিধায়ক আব্দুৰ ৰহিম আহমেদ
কলগাছিয়া: চান্দমামা পাথাৰ গাঁৱত জল-জীৱন মিছনৰ কমিটি গঠনত উত্তপ্ত পৰিস্থিতি, একাংশ সদস্যৰ চহী জাল কৰি কমিটি গঠনৰ অভিযোগ
বাঘবৰ: ৰুভী গাঁৱত তিনি সন্তানৰ মাতৃৰ চিপ লৈ আত্মহত্যা, বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ তদন্ত অব্যাহত
বাঘবৰ: মুহিয়া পকী দলঙৰ তলত আবুশামা আৰু আতোৱাৰ ৰহমানৰ বিৰুদ্ধে অবৈধভাৱে মাটি খননৰ অভিযোগ ৰাইজৰ
বাঘবৰ: চলচলীয়া গাঁৱত চিপিআইএমৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত
কলগাছিয়া: ঈদৰ দিনা কলগাছিয়া বজাৰৰ মাজমজিয়াত জুৱাখেল চলাৰ অভিযোগ, কলগাছিয়া আৰক্ষীৰ বিৰুদ্ধে নিৰৱ ভূমিকা পালনৰ অভিযোগ
কলগাছিয়া: এমাহ ৰোজাৰ অন্তত সমগ্ৰ দেশৰ লগতে কলগাছিয়াত জনীয়াৰ বিধায়কৰ ইমামতিত ঈদ-উল-ফিটৰৰ নামাজ আদায়
বাঘবৰ: কাউৰঝাহি গাঁৱত এগৰাকী লোকে জ্বলাই দিয়ে নিজ পুত্ৰৰ গৃহ, ৰাইজে বাধা দিয়াত দাৰে ঘপিয়াই হত্যাৰ চেষ্টা এজনক
বাঘবৰ: কলগাছিয়াৰ ভূপেন হাজৰিকা সোঁৱৰণী মঞ্চত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা কমিটিৰ উদ্যোগত ইফতাৰ মেহফিলৰ আয়োজন
কলগাছিয়া: কলগাছিয়াত বৃহস্পতিবাৰে ৰাতিপুৱা ৯.৩০ বজাত জনীয়াৰ বিধায়কৰ ইমামতিত ঈদৰ নামাজ আদায় হʼব বুলি জানিবলৈ দিয়ে বিধায়কে
কলগাছিয়া: জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ কলগাছিয়াত পবিত্ৰ ঈদ-উল-ফিটৰৰ শুভেচ্ছা জ্ঞাপন
বাঘবৰ: বদৰুদ্দিন আজমলৰ ভৰিৰ তলৰ মাটি আঁতৰি গৈছে বাবে মানসিক ভাৰসাম্যতা হেৰুৱাই পেলাইছে, বালিকুৰিত বৰপেটাৰ বিধায়কৰ মন্তব্য
বাঘবৰ: পাহাৰপুৰ কাতুলি গাঁৱত মহুৰ উদ্দিন নামৰ এজন লোকৰ ঘৰত ভয়ংকৰ অগ্নিকাণ্ড, এটা ঘৰ আৰু দুখন দুচকীয়া বাহন ভস্মীভূত
বাঘবৰ: জয়পুৰ বজাৰত নেমছুৰ আঞ্চলিক সমিতি গঠনাৰ্থে ইফতাৰ মেহফিলৰ আয়োজন
কলগাছিয়া: বিজেপিৰ ৰূপসী ব্লক মণ্ডলৰ বলাইপাথাৰ গাঁৱত শক্তিকেন্দ্ৰ পৃষ্ঠাপ্ৰমুখ সন্মিলন সভা অনুষ্ঠিত
বাঘবৰ: জনতা বজাৰত অনুষ্ঠিত হʼবলগীয়া কংগ্ৰেছৰ বৃহৎ জনসভাৰ প্ৰস্তুতিৰ বুজ লয় বিধায়ক আব্দুৰ ৰহিম আহমেদে
কলগাছিয়া: বিলৰটাৰী গাঁৱত লেট্ৰিনৰ কামৰ টকা নিদিয়াৰ বাবে নিৰ্মাণ সমিতিৰ সভাপতিক মাৰপিট পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীৰ স্বামীৰ
বাঘবৰ: বৰভিঠা এম ই স্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ অভিভাৱকৰ, তদন্তৰ দাবী
বাঘবৰ: ডিমাপুৰ গাঁৱত ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি ইয়াকুব আলীৰ ঘৰত ইফতাৰত বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ অংশগ্ৰহণ
বৰপেটা: বৰপেটা জিলা আৰক্ষী সংৰক্ষিত স্থানত বাহন পৰিদৰ্শনত উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক
বাঘবৰ: আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে দেওকুৰা গাঁৱত বি পি এফৰ প্ৰাৰ্থী সামেজ উদ্দিনৰ নিৰ্বাচনী প্ৰচাৰ
কলগাছিয়া: বৰপেটা লোকসভা সমষ্টিৰ কলগাছিয়াৰ পশ্চিম খাটাকুচি গাঁৱত CPIM ৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত