Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

বাঘবৰ: মুহিয়া পকী দলঙৰ তলত আবুশামা আৰু আতোৱাৰ ৰহমানৰ বিৰুদ্ধে অবৈধভাৱে মাটি খননৰ অভিযোগ ৰাইজৰ

Baghbor, Barpeta | Apr 11, 2024
মুহিয়া গাঁৱত পকী দলঙৰ খুটাৰ গুৰিত জেচিবি লগাই মাটি খান্দি দলঙখনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ ৰাইজৰ। বৰভিঠা গাঁৱৰ আতোৱাৰ ৰহমান আৰু চান্দমামা গাঁৱৰ আবুশামাই জেছিবিৰে মাটি খান্দি কেইবাখনো গাঁৱৰ ৰাইজৰ যাতায়তৰ প্ৰতি সংকেত নমাই অনাৰ অভিযোগ ৰাইজৰ। পৰৱৰ্তি সময়ত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মাটি খন্দা বন্ধ কৰে।
বাঘবৰ: মুহিয়া পকী দলঙৰ তলত আবুশামা আৰু আতোৱাৰ ৰহমানৰ বিৰুদ্ধে অবৈধভাৱে মাটি খননৰ অভিযোগ ৰাইজৰ - Baghbor News