Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

বাঘবৰ: বদৰুদ্দিন আজমলৰ ভৰিৰ তলৰ মাটি আঁতৰি গৈছে বাবে মানসিক ভাৰসাম্যতা হেৰুৱাই পেলাইছে, বালিকুৰিত বৰপেটাৰ বিধায়কৰ মন্তব্য

Baghbor, Barpeta | Apr 10, 2024
বৰপেটাৰ বিধায়ক হঠাৎ বালিকুৰি গাঁওত উপস্থিত হৈ ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি পাই বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায়। তেওঁ কয় এইবাৰ বদৰুদ্দিন আজমলৰ কোনো প্ৰতিযোগিতা নহয় এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন জয়ী হব। লগতে কয় বদৰুদ্দিন আজমল এজন আলিম হৈ যি তলৰ খাপৰ মন্তব্য কৰি আছে। এইবাৰ বদৰুদ্দিন আজমলৰ ভৰিৰ তলৰ মাটি আঁতৰি গৈছে বাবে মানসিক ভাৰসাম্যতা হেৰুৱাই পেলাইছে। যি মন্তব্যই AIUDF দলটোক দিনক দিনে ধ্বংসৰ গৰাহলৈ ঠেলি দিছে বুলি তীব্ৰ প্ৰতিক্ৰিয়া।