Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

বাঘবৰ: জনতা বেকী ভেলী জুনিয়ৰ কলেজত অনুষ্ঠিত হʼবলগীয়া কংগ্ৰেছৰ বৃহৎ জনসভা সন্দৰ্ভত জনতাত উপস্থিত বিধায়ক আব্দুৰ ৰহিম আহমেদ

Baghbor, Barpeta | Apr 12, 2024
ধুবুৰী লোকসভাৰ অন্তৰ্গত মন্দিয়া সমষ্টিৰ জনতা বেকী ভেলী জুনিয়ৰ কলেজত অনুষ্ঠিত হব কংগ্ৰেছ দলৰ বৃহৎ জনসভা। কংগ্ৰেছ দলৰ বৃহৎ জনসভাৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে ঠাইখিনি পৰিদৰ্শন কৰে ধুবুৰী নিৰ্বাচন কমিটিৰ সভাপতি বিধায়ক আব্দুৰ ৰহিম আহমেদ। তাৰ লগতে উপস্থিত থাকে অসম প্রদেশ কংগ্ৰেছৰ কমিটিৰ সম্পাদক আজাদ হুছেইন, জিলা যুৱ কংগ্ৰেছৰ সভাপতি জাফৰ আহমেদ। লগতে কেনেদৰে কংগ্ৰেছ দলৰ বৃহৎ জনসভা সাফল্য মণ্ডিত কৰা যায় সেই সন্দৰ্ভত জনতা ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত আলোচনা চক্ৰত মিলিত হয়।
বাঘবৰ: জনতা বেকী ভেলী জুনিয়ৰ কলেজত অনুষ্ঠিত হʼবলগীয়া কংগ্ৰেছৰ বৃহৎ জনসভা সন্দৰ্ভত জনতাত উপস্থিত বিধায়ক আব্দুৰ ৰহিম আহমেদ - Baghbor News