Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

কলগাছিয়া: বিজেপিৰ ৰূপসী ব্লক মণ্ডলৰ বলাইপাথাৰ গাঁৱত শক্তিকেন্দ্ৰ পৃষ্ঠাপ্ৰমুখ সন্মিলন সভা অনুষ্ঠিত

Kalgachia, Barpeta | Apr 9, 2024
ভাৰতীয় জনতা পাৰ্টী বৰপেটা জিলাৰ ৰূপসী ব্লক মণ্ডলৰ শক্তিকেন্দ্ৰ পৃষ্ঠা প্ৰমুখ সন্মিলন অনুষ্ঠিত হয়। বলাইপাথাৰ গাঁৱত শক্তি কেন্দ্ৰৰ ৰূপসী বিজেপি মণ্ডলৰ পৃষ্ঠা প্ৰমুখ সন্মিলনী সভাত উপস্থিত থাকে ৰূপসী বিজেপি মণ্ডলৰ সভাপতি চন্দ্ৰ কান্ত আৰ্য্য, ৰূপসী বিজেপি মণ্ডলৰ সম্পাদক শহৰ আলি আদি কৰি ভালেসংখ্যক বিজেপি নেতা কৰ্মী উপস্থিত থাকে। উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনৰ উপৰত লক্ষ্য কৰি বিজেপি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে বিভিন্ন পৰ্যায়ৰ আলোচনা হয়।

MORE NEWS