Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

বাঘবৰ: বৰভিঠা এম ই স্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ অভিভাৱকৰ, তদন্তৰ দাবী

Baghbor, Barpeta | Apr 9, 2024
ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত বৰভিঠা এম ই স্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ। বিদ্যালয় খনৰ প্ৰধান শিক্ষক ৱাহিদুৰ ৰহমানে ছাত্ৰ ছাত্ৰীৰ চাৰ্টিফিকেট নিদিয়াৰ লগতে অভিভাৱকৰ লগত বেয়া আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰে। ইফালে প্ৰধান শিক্ষক ৱাহিদুৰ ৰহমানে লিখিব নাজানে ছাত্ৰ ছাত্ৰীৰ চাৰ্টিফিকেট। সাংবাদিকে প্ৰশ্ন সোধাত প্ৰধান শিক্ষকৰ বেমাৰ বুলি উত্তৰ দিয়ে। প্ৰধান শিক্ষকৰ এনে কাণ্ডই সচেতন মহল চিন্তিত হৈ পৰিছে। সেয়ে অভিভাৱকে বিদ্যালয়খন বেলেগ বিদ্যালয়ৰ লগত একত্রিকৰণৰ দাবী।