Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

বাঘবৰ: পাহাৰপুৰ কাতুলি গাঁৱত মহুৰ উদ্দিন নামৰ এজন লোকৰ ঘৰত ভয়ংকৰ অগ্নিকাণ্ড, এটা ঘৰ আৰু দুখন দুচকীয়া বাহন ভস্মীভূত

Baghbor, Barpeta | Apr 10, 2024
বৰপেটা জিলাৰ পাহাৰপুৰ কাতুলি গাৱঁত পুৱতি নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। জানিব পৰা মতে মহুৰ উদ্দিন নামৰ ব্যক্তি জনে ৰমজান মাহৰ শেষ ৰোজাৰ চেহেৰী সম্পন্ন কৰি তেওঁৰ বেটাৰী চালিত স্কুটি খন চাৰ্জত দি টোপনিত যায়। পিছে স্বৰ্ট চাৰ্কিটৰ ফলত জুই আগুৰি ধৰে ঘৰখনত। ফলত জুইত ভস্মীভূত হয় এখন ঘৰ, দুটা দুচকীয়া বাহনৰ লগতে সম্পূৰ্ণ আজবাপত্ৰ সহ প্ৰায় তিনি লক্ষাধিক টকাৰ ক্ষতি হোৱা বুলি জানিবলৈ দিয়ে। এই অগ্নিকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি এক চাঞ্চল্যৰ সৃষ্টি হয়।
বাঘবৰ: পাহাৰপুৰ কাতুলি গাঁৱত মহুৰ উদ্দিন নামৰ এজন লোকৰ ঘৰত ভয়ংকৰ অগ্নিকাণ্ড, এটা ঘৰ আৰু দুখন দুচকীয়া বাহন ভস্মীভূত - Baghbor News