Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
बिहार
बीजेपी
भाजपा
विधायक
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
पटना
Rahulgandhi
Haryana
Crimenews
Bareilly
Breaking
Election
Politics
उत्तराखंड
No video available

কলগাছিয়া: বিলৰটাৰী গাঁৱত লেট্ৰিনৰ কামৰ টকা নিদিয়াৰ বাবে নিৰ্মাণ সমিতিৰ সভাপতিক মাৰপিট পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীৰ স্বামীৰ

Kalgachia, Barpeta | Apr 9, 2024
ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত বিলৰটাৰী গাঁওত সংঘটিত হয় মাৰপিটৰ ঘটনা। বলাইপাথাৰ গাঁও পঞ্চায়ত অন্তৰ্গত বিলৰটাৰী গাঁওত পঞ্চদশ আঁচনিৰ অধীনত তিনি লাখ টকা ব্যয় সাপেক্ষে এখন লেট্ৰিনৰ কাম হয় যদিও গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ কাৰ্যকাল শেষ হোৱাত নিৰ্মান সমিতিৰ সভাপতিক কামৰ দায়িত্ব দিয়ে। ইফালে সভানেত্ৰীৰ স্বামী মমিনুল ইছলামে টকা দাবী কৰে যদিও নিদিয়াত নিৰ্মাণ সমিতিৰ সভাপতি মহম্মদ আলীক মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰে। পিছে ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল।

MORE NEWS

কলগাছিয়া: বিলৰটাৰী গাঁৱত লেট্ৰিনৰ কামৰ টকা নিদিয়াৰ বাবে নিৰ্মাণ সমিতিৰ সভাপতিক মাৰপিট পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীৰ স্বামীৰ - Kalgachia News