Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

বাঘবৰ: কাউৰঝাহি গাঁৱত এগৰাকী লোকে জ্বলাই দিয়ে নিজ পুত্ৰৰ গৃহ, ৰাইজে বাধা দিয়াত দাৰে ঘপিয়াই হত্যাৰ চেষ্টা এজনক

Baghbor, Barpeta | Apr 11, 2024
কাউৰঝাহি গাঁৱত মানসিকভাৱে বিকাৰগ্ৰস্ত এগৰাকী লোকে জ্বলাই দিলে নিজ পুত্ৰৰ গৃহ। মোগল হুছেইন নামৰ মানসিক বিকাৰগ্রস্ত ব্যক্তিজনে নিজ পত্নীক হত্যা কৰি ২০ বছৰ জেল খাটি পুনৰ ঘৰলৈ উভতি আহে। কিন্তু পিতৃৰ অত্যাচাৰত নিজ পুত্ৰই ঘৰ এৰিবলগীয়া হৈছে যদিও পুৱতি নিশাত ঘৰত জুই লগাই দিয়ে। পিছে ওচৰৰে এজন যুৱকে বাধা দিবলৈ যোৱাত দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে যদিও কথমপি প্ৰাণৰক্ষা পৰে।
বাঘবৰ: কাউৰঝাহি গাঁৱত এগৰাকী লোকে জ্বলাই দিয়ে নিজ পুত্ৰৰ গৃহ, ৰাইজে বাধা দিয়াত দাৰে ঘপিয়াই হত্যাৰ চেষ্টা এজনক - Baghbor News