Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

বাঘবৰ: ডিমাপুৰ গাঁৱত ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি ইয়াকুব আলীৰ ঘৰত ইফতাৰত বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ অংশগ্ৰহণ

Baghbor, Barpeta | Apr 8, 2024
সোমবাৰে ডিমাপুৰ গাৱত ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি ইয়াকুব আলীৰ ঘৰত হঠাৎ উপস্থিত হয় বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ। তাৰ লগতে উপস্থিত থাকে বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ৰাজীৱ হক, জনিয়া জিলা পৰিষদৰ সদস্য এম হাবিবুল্লা, বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সভাপতি জাফৰ আহমেদ, জিলা এন এছ ইউ আই ৰ সভাপতি জাকাৰিয়া বুলবুল আৰু ভালেসংখ্যক নেতা কৰ্মী একেলগে ইফতাৰৰ অনুষ্ঠানত উপস্থিত হয়।
বাঘবৰ: ডিমাপুৰ গাঁৱত ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি ইয়াকুব আলীৰ ঘৰত ইফতাৰত বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ অংশগ্ৰহণ - Baghbor News