Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews
No video available

কলগাছিয়া: এমাহ ৰোজাৰ অন্তত সমগ্ৰ দেশৰ লগতে কলগাছিয়াত জনীয়াৰ বিধায়কৰ ইমামতিত ঈদ-উল-ফিটৰৰ নামাজ আদায়

Kalgachia, Barpeta | Apr 11, 2024
সমগ্ৰ দেশৰ লগতে কলগাছিয়াত ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰে ঈদ-উল ফিতৰৰ সমূহীয়া নামাজ। কলগাছিয়া ঈদগাহ মৈদানত জনীয়া সমষ্টিৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ ইমামতিত দুই ৰাকাত ৱাজীৱ নামাজেৰে আদায় কৰে সমূহীয়া নামাজ। কলগাছিয়াৰ লগতে দেওকুৰা, খৰিচালা, বালিকুৰী, জনতা, লাংলা, মইনবৰী আদিকে ধৰি বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত ঈদ-উল-ফিতৰ উপলক্ষে নামাজ পঢ়িবলৈ ঈদগাহত উপস্থিত হয় ইছলাম ধৰ্মালম্বী লোকসকল। সমগ্ৰ দেশজুৰি মাহজোৰা ৰোজা পালনৰ পিছত মুছলমান লোকসকলে ঈদ-উল ফিতৰৰ নামাজ আদায় কৰে।

MORE NEWS