Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews
No video available

কলগাছিয়া: আমতলা গাঁৱত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, গৰুৰ ৰছীৰে বান্ধি ৰাখিলে বাইক আৰোহীক

Kalgachia, Barpeta | Apr 12, 2024
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমতলা গাৱত পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনা সংঘটিত কৰাৰ বাবেই উত্তপ্ত ৰাইজে গৰুৰ ৰছীৰে বান্ধি ৰাখিলে বাইক আৰোহীক। জানিব পৰা মতে দুই উদণ্ড বাইক আৰোহীয়ে লাংলা অভিমুখে গৈ থকা অৱস্থাত হঠাৎ আমতলা গাৱত পথ দুৰ্ঘটনা সংঘটিত হয়। পিছমূহুৰ্তত ৰাইজে দুই উদণ্ড যুবকক আটক কৰি ৰছীৰে বান্ধি উত্তম মাধ্যম সোধায় গতাই দিয়ে কলগাছিয়া আৰক্ষীক। এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি এক চা সৃষ্টি হয়।

MORE NEWS

কলগাছিয়া: আমতলা গাঁৱত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, গৰুৰ ৰছীৰে বান্ধি ৰাখিলে বাইক আৰোহীক - Kalgachia News