Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
No video available

কলগাছিয়া: ঈদৰ দিনা কলগাছিয়া বজাৰৰ মাজমজিয়াত জুৱাখেল চলাৰ অভিযোগ, কলগাছিয়া আৰক্ষীৰ বিৰুদ্ধে নিৰৱ ভূমিকা পালনৰ অভিযোগ

Kalgachia, Barpeta | Apr 11, 2024
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ ২০০ মিটাৰ নিলগত তথা কলগাছিয়া বজাৰৰ মাজমজিয়াত চলি আছে জুৱাখেল। ৫০-৬০ জন ডেকা যুৱক সকলোৱে এই জুৱাখেলত ব্যস্ত। চাওক কি দৰে নিশ্ছিন্ত মনে টকাৰ বিনিময়ত খেলিছে জুৱা খেল। পৱিত্ৰ ঈদৰ আনন্দৰ মাজত এনেদৰে জুৱাখেলৰ অনুমতি কত পালে এওঁলোকে। এতিয়া প্ৰশ্ন হয় কোনফালে গতি কৰিছে যুৱ সমাজ। কোনে নিয়ন্ত্ৰণ কৰিব এইসকল জুৱাৰীক। কলগাছিয়া আৰক্ষী থানাৰ নিচেই কাষত এনেদৰে জুৱাখেল খেলাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৰাইজে।

MORE NEWS

কলগাছিয়া: ঈদৰ দিনা কলগাছিয়া বজাৰৰ মাজমজিয়াত জুৱাখেল চলাৰ অভিযোগ, কলগাছিয়া আৰক্ষীৰ বিৰুদ্ধে নিৰৱ ভূমিকা পালনৰ অভিযোগ - Kalgachia News