Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

বাঘবৰ: কলগাছিয়াৰ ভূপেন হাজৰিকা সোঁৱৰণী মঞ্চত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা কমিটিৰ উদ্যোগত ইফতাৰ মেহফিলৰ আয়োজন

Baghbor, Barpeta | Apr 10, 2024
বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কলগাছিয়া ভূপেন হাজৰিকা সোঁৱৰণী মঞ্চত ইফতাৰ মেহফিলৰ আয়োজন কৰে। উক্ত ইফতাৰ মেহফিলত নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হয় বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি শাহানুৰ ইছলাম আৰু সম্পাদক আল আমিন। লগতে উপস্থিত থাকে কলগাছিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদন ৰফিকুল ইছলাম আৰু আঞ্চলিক কমিটিৰ ভালেসংখ্যক সদস্য। উল্লেখ্য যে পবিত্ৰ ৰমজাণ মাহৰ অন্তিম ৰোজা উপলক্ষে সমূহীয়া দুৱাপাঠ অনুষ্ঠিত হোৱাৰ লগতে ইফতাৰ মেহফিলৰ আয়োজন।
বাঘবৰ: কলগাছিয়াৰ ভূপেন হাজৰিকা সোঁৱৰণী মঞ্চত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা কমিটিৰ উদ্যোগত ইফতাৰ মেহফিলৰ আয়োজন - Baghbor News